Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

লাহৰীঘাট: কুশতলিত বুধবাৰে আবেলি অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা,উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰী

Laharighat, Morigaon | Apr 10, 2024
মৰিগাঁও সমষ্টিত নতুনকৈ সংযোজিত হোৱা লাহৰীঘাটৰ কুশতলিত আজি বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।অঞ্চলটোৰ শ শ মহিলাই অংশগ্ৰহণ কৰা সভাখনত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, নগাঁও লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাসহ দলীয় কেইবা গৰাকীও বিষয়ববীয়া।সভাখনত অঞ্চলবাসীৰ সমাগম দেখি অভিভূত হৈ পৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকী।ইফালে আগন্তুকত এইবাৰ নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি প্ৰাৰ্থী বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে