নগাঁও: তেঁতেলীসৰাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাটিত সৰি পৰিল এটা বান্দৰ,আঘাতপ্ৰাপ্ত বন্দৰটো উদ্ধাৰ কৰে কঠীয়াতলী বন বিভাগে
Nagaon, Nagaon | Sep 17, 2025 প্ৰতিকূল বতৰৰ মাজতে কামপুৰ তেঁতেলীসৰাত অঘটন। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাটিত সৰি পৰিল এটা বান্দৰ। গুৰুতৰ ভাৱে আহত বান্দৰটো। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কামপুৰ বন বিভাগক স্থানীয় লোকে ফোন কৰে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ। পৰৱৰ্তী কঠীয়াতলী বন বিভাগৰ লোক উপস্থিত হৈ বান্দৰটো চিকিৎসাৰ বাবে লৈ যায়।