নগাঁও: ধিঙৰ আহোম গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ,সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে এই প্ৰতিবাদ
Nagaon, Nagaon | Nov 1, 2025 ধিঙৰ আহোম গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ,শনিবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত ৰাইজে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । ৰাইজৰ অভিযোগ জনজাতি গাঁও খনৰ একাংশ ৰাইজৰ বিৰুদ্ধে ভুৱা অপবাদ দিছে সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলী আহমেদে । যাৰ বাবে ন্যায় বিচাৰি ধিং আৰক্ষী থানাত ৰাইজে এজাহাৰ দাখিল কৰি মোছাব্বিৰ আলী