ডুমডুমা: ডুমডুমা ফিল'বাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত ,প্ৰায় তিনিশ লোকৰ চকু পৰীক্ষা কৰা হয় উক্ত শিবিৰত
Doom Dooma, Tinsukia | Aug 23, 2025
লাইন্স ক্লাব, ডিগবৈ তথা অন্ধতা নিবাৰণ সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জেষ্ঠ নাগৰিক সন্মিলন ফিল'বাৰী শাখা সমিতিৰ...