মঙলদৈ ভাগ: বৰদৌলগুৰি কবেইচুবা গাওঁত দিন দুপৰতে চোৰে চোৰ কৰি নিলে সোনৰ আ-অলংকাৰ সহ প্ৰায় ৩ লাখ মান টকাৰ সামগ্ৰী
Mangaldoi Part, Darrang | Sep 10, 2025
বৰদৌলগুৰি -কবেইচুবা গাঁৱৰ ৰুবুল হুছেইন (ধনৰাজ) ৰ ঘৰত বুধবাৰে দিনৰ কোনো মানুহ নথকাৰ সুযোগ লৈ চোৰ সোমাই নগদ ৩০ হাজাৰ টকা...