মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ লিডুত জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত সূতা বিক্ৰীৰ ভঁৰালৰ শুভ উদ্বোধন
Margherita, Tinsukia | Sep 12, 2025
মাৰ্ঘেৰিটা ইথেনিক টেক্সটাইলৰ সূতা বিক্ৰীৰ ভঁৰাল এটা আজি শুকুৰবাৰে লিডুত শুভ উদ্বোধন কৰা হয়। লিডুৰ উদ্যমী মহিলা তথা অসম...