সোণাৰি: সোণাৰিস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শুক্ৰবাৰে দলীয় বিষয়-ববীয়া, কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় সাংসদ তপন গগৈৰ
সোণাৰিস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শুক্ৰবাৰে দলীয় বিষয়-ববীয়া, কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় সাংসদ তপন গগৈৰ শুক্ৰবাৰে দিনৰ ১ বজাত সোণাৰিস্থিত চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় বিষয়-ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় অনুস্থান উপস্থিত থাকে দ্বিতীয় বাৰৰ বাবে যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীত্ব লাভ কৰা তপন কুমাৰ গগৈয়ে ।