শদিয়া: শদিয়াৰ অসামৰিক চিকিৎসালয়ত প্ৰসূতি বিভাগৰ চিকিৎসকৰ অভাৱত প্ৰসূতিৰ বাবে সমস্যাৰ সৃষ্টি, সমস্যা সমাধানৰ দাবী #jansamasya
Sadiya, Tinsukia | Aug 19, 2025
ৰাজ্যৰ চিকিৎসা বিভাগৰ নগ্ন স্বৰূপ , শদিয়া সমজিলাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অনুপস্থিতিত নাৰ্চে বাধ্যত পৰি পালন কৰিব...