মাটিয়া: কৃষ্ণাইত গ্ৰন্থ মেলা অনুষ্ঠিত কৰা সন্দৰ্ভত সুৰভি সাহিত্য গোষ্ঠীৰ সংবাদ মেল
Matia, Goalpara | Sep 16, 2025 কৃষ্ণাইত গ্ৰন্থ মেলা সন্দৰ্ভত সুৰভি সাহিত্য গোষ্ঠীৰ সংবাদ মেল।অহা ৩ ডিচেম্বৰৰ পৰা ৭ডিচেম্বৰ লৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইত অনুষ্ঠিত হব গ্ৰন্থমেলা। সংবাদমেলৰ জৰিয়তে অৱগত কৰে "সুৰভি সাহিত্য গোষ্ঠী"য়ে ৷কৃষ্ণাই সুৰভি সাহিত্য গোষ্ঠীৰ উদ্যোগত এইবেলি দ্বিতীয় বাৰ্ষিক গ্ৰন্থমেলা অনুষ্ঠিত হব ৷উক্ত গ্ৰন্থ মেলাৰ সমুহ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰে।