টিয়ক: জগদুৱাৰ অঞ্চলৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ তিনিগৰাকী মহিলাক ন্যায়ৰ দাবীত টীয়ক থানা ঘেৰাও কৰি উতপ্ত পৰিস্থিতি আটছাৰ
Teok, Jorhat | Sep 15, 2025 জগদুৱাৰ অঞ্চলৰ ভয়ংকৰ জীৱন্তে অগ্নিকাণ্ডত অগ্নিদগ্ধ তিনিগৰাকী মহিলাক ন্যায়ৰ দাবীত টীয়ক থানা ঘেৰাও কৰি উতপ্ত পৰিস্থিতি আটছাৰ । ১৩ অক্টোবৰত টীয়কৰ জগদুৱাৰত চাৰিলেনযুক্ত ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেলভৰ্তি এখন টেংকাৰ। টেংকাৰৰ পৰা নিৰ্গত তেলত লগা জুইৰ ফলত জগদুৱাৰ অঞ্চলৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল।এই অগ্নিকাণ্ডত তিনিগৰাকী মহিলা আগ্নিদগ্ধ হৈছিল ৷