বঢ়মপুৰৰ সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান মন্দিৰত মঙলবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত বিধায়ক জিতু গোস্বামী উপস্থিত হৈ ভক্তিভৰা সেৱা জনায় ।২০০৪ চনতে স্থাপিত বঢ়মপুৰৰ সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান মন্দিৰত আজি উপস্থিত হৈ ৰাম ভক্ত শ্ৰী হনুমন্তৰ চৰণত ভক্তিভৰা সেৱা জনায় বিধায়ক জিতু গোস্বামীয়ে ।ৰামায়ণ পাঠ আৰু নাম কিৰ্তনেৰে অসমৰ জনপ্ৰিয় শিল্পী সদ্য প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে বিধায়ক গৰাকীয়ে ।আধ্যাত্মিকতাৰে আৱৰি থকা মন্দিৰ প্