গোলাঘাট: শ্যামকানু মহন্তক অসমলৈ নাহিবলৈ হুংকাৰ মিছন ৰোডত টাই আহোম যুৱ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনৰ
'শ্যামকানু মহন্ত এটা বেপাৰী' আখ্যা শনিবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট মিছন ৰোডত টাই আহোম যুৱ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনৰ l গোলাঘাটত শ্যামকানু মহন্তৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন।শ্যামকানু মহন্তক অসমলৈ নাহিবলৈ হুংকাৰ।টাই আহোম যুৱ পৰিষদ, জাতীয় সংগ্ৰামী সেনা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা লগতে কেন্দ্ৰীয় সমিতিৰ বিষয় ববিয়াৰ শীঘ্ৰেই CBI তদন্ত দাবী উত্থাপন।