সোণাৰি: ভূঞাখাট গাঁও পঞ্চায়তৰ ৩৩নং বুথত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
আজি বৰহাট মণ্ডলৰ অন্তৰ্গত ভূঞাখাট গাঁও পঞ্চায়তৰ ৩৩নং বুথত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বৰহাট মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।