গোলাঘাট: গোলাঘাট কৰ্ট ৰোডত জিলা আয়ুক্তৰ উপস্থিতিত ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত শ্ৰদ্ধাঞ্জলি
সমূহ অসম বাসী ৰাইজৰ দ্বাৰা তথা অসম চৰকাৰৰ উদ্যোগত অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ছোৱাত মঙ্গলবাৰে দিনৰ ১ বজাত গোলাঘাটত বৃহৎ শ্ৰদ্ধাঞ্জলি। ভ'ক্স প'পুলী, অন্যান্য দল সংগঠন আৰু অনুৰাগী জনতাৰ উদ্যোগত গোলাঘাট কৰ্ট ৰোডত ত্ৰিমূৰ্তি স্থলীত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাৰ জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয় ববিয়া উপস্থিত থাকে।