গুৱাহাটী: CID কাৰ্যালয়ত বুধাবাৰে দিনৰ ১২ বজাত উপস্থিত হোৱাৰ পিছতেই গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক
CID কাৰ্যালয়ত বুধাবাৰে দিনৰ ১২ বজাত উপস্থিত হোৱাৰ পিছতেই গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক । ১৪ দিনৰ আৰক্ষী জিম্মাত বিচাৰিব CIDয়ে ।জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত জেৰা চলাব সন্দীপনক।