■ হাজোৰ ৰাজাবজাৰ সাতদলাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ-
📌 কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ ৰাজাবজাৰ সাতদলাত অষ্টম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰ নিৰুদ্দেশক লৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
📌 হাজো কলিতাকুছিৰ চিভি ৰমন পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আখতাৰৰ নিৰুদ্দেশৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
📌 কোনো লোকে আখতাৰৰ সন্ধান পালে 60011-86012,88223-46870 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
#nekhabar #assam #kamrup #hajo