পশ্চিম যোৰহাট: মালৌ আলি কমলাবৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড , কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
Jorhat West, Jorhat | Aug 16, 2025
যোৰহাট নগৰৰ মালৌ আলি কমলাবৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড । কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত...