দাংতল ৰাজহ চক্ৰ: চিৰাঙত প্ৰাক্-নিৰ্বাচনী হিংসা
দমৰুবজাৰত বিপিএফ কৰ্মীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ এজন আহত
চিৰাঙত প্ৰাক্-নিৰ্বাচনী হিংসা নিসিমা পৰিষদীয় সমষ্টিত বিপিএফ কৰ্মীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ দমৰুবজাৰত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা,তিনিখনকৈ গাড়ীত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে এই আক্ৰমণ তিনিখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এজন বিপিএফ কৰ্মী আহত হয় বৰ্তমান আহত বিপিএফ কৰ্মীজনক বঙাইগাঁৱৰ লোৱাৰ আসাম চিকিৎসাত ভৰ্তি কৰা হৈছে।