গোলাঘাট: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকক আৰক্ষীৰ আটক সন্দৰ্ভত কৰ্ট ৰোডত ধিক্কাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকক গোলাঘাট আৰক্ষীৰ আটক সন্দৰ্ভত কৰ্ট ৰোডত ধিক্কাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি সম্পাদকৰ l দেওবাৰে দিনৰ প্ৰায় ৬ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈক গোলাঘাট আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ বিষয় ববিয়াৰ l