আজাৰা: ৭৯তম পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুটা স্থাপন ।
৭৯তম পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুটা স্থাপন । সম্পুৰ্ণ ৰীতি নীতি পৰম্পৰাৰে পলাশবাৰী ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয় । প্ৰায় ১১ দিনীয়াকৈ অনুষ্ঠিত হব পলাশবাৰী ৰাস মহোৎসৱ । এইবাৰ পলাশবাৰী ৰাস মহোৎসৱৰ বাজেট প্ৰায় ৮০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে ।