গুৱাহাটী: মহানগৰীৰ ৰুক্মিণী গাওঁত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চলৈ, ফৰেন্সিকৰ দল উপস্থিত হয় আৰম্ভ কৰে তদন্ত
মহানগৰীৰ ৰুক্মিণী গাওঁত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চলৈ, ফৰেন্সিকৰ দল উপস্থিত হয় আৰম্ভ কৰে তদন্ত। বৰ্তমানো।স্পষ্ট হোৱা নাই হত্যা নে এইয়া আত্মহত্যা । তদন্তত স্পষ্ট হব সকলো কথা।