বৰপেটা: এইডছ সন্দৰ্ভত ৬০ দিনীয়া সজাগতা অভিযান বৰপেটাত শুভাৰম্ভ, অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিতৰ অংশ গ্ৰহণ
Barpeta, Barpeta | Aug 13, 2025
জনসাধাৰণৰ মাজত এইচ আই ভি সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্য বুধবাৰৰ পৰা বৰপেটা জিলাত বিস্তৃত আই ই চি অভিযানৰ আৰম্ভণি...