বাক্সা: বাক্সা জিলাৰ বৰমাস্থিত শ্ৰীপুৰত স্থাপন হোৱা পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ শ্ৰী শ্ৰী দুৰ্গা পূজা উপলক্ষে উদুলি মুদুলি পৰিবেশ
Baska, Baksa | Sep 30, 2025 বাক্সা জিলাৰ বৰমাস্থিত শ্ৰীপুৰত স্থাপন হোৱা পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ শ্ৰী শ্ৰী দুৰ্গা পূজা উপলক্ষে মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত উদুলি-মুদুলি পৰিবেশ । আহোম যুগত স্থাপন হোৱা ঐতিহাসিক মন্দিৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ বিশেষ আকৰ্ষণ হৈছে ঘাহঁ দিয়া প্ৰথা ৷ শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজাত আহোম যুগৰে পৰা চলি আহিছে এই প্ৰথা ৷ জনবিশ্বাস মতে এই ঠাইত গছৰ তলত ঘাহঁ দিয়া প্ৰথা পুৰ্বৰে পৰা চলি আহিছে ৷ পূজা কমিটিৰ সদস্যই জনোৱা মতে, দেবী মা শ্ৰীপুৰ দেৱালয়ত ঘোৰাৰে আহিছিল আৰু ঘোৰাতো এই গছ