দলগাঁও ভাগ: খাৰুপেটীয়াত এডোখৰ ভূমিক লৈ হোৱা মাৰপিটত প্ৰাণ গ'ল এজনৰ,
ন্যায়ৰ দাবীত মৃতদেহ লৈ আৰক্ষী থানাত উপস্থিত ভোক্তভোগী পৰিয়াল
Dalgaon Part, Darrang | Aug 16, 2025
খাৰুপেটীয়াত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণত এডোখৰ ভূমিক লৈ হোৱা মাৰপিটত প্ৰাণ গ'ল এজনৰ, ন্যায়ৰ দাবীত মৃতদেহ লৈ...