পূব ডিব্ৰুগড়: চিৰিংচাপৰি নামঘৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল সদানন্দ প্ৰাথমিক শাখা যুৱ-শিশু আই মাতৃ সমাৰোহ
সদানন্দ প্ৰাথমিক শাখা যুৱ-শিশু আই মাতৃ সমাৰোহ।শ্রীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ অন্তগৰ্ত শিশু-যুৱ আৰু আইমাতৃ সমাৰোহ আজি দিনজোৰা কাৰ্যসূচীৰে চিৰিংচাপৰিস্থিত ডিব্ৰুগড় জিলা শাখাৰ নামঘৰ, সদান্দ প্ৰাথমিক শাখাত অনুষ্ঠিত হৈ যায়। শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত সাহিত্য সংস্কৃতিৰ ওপৰত প্রতিযোগিতাও অনুষ্ঠিত কৰা হয়