Public App Logo
Jansamasya
National
Haryana
Pmmsy
Matsyasampadasesamriddhi
���ीएसटी
Cybersecurityawareness
Nextgengst
Fidfimpact
Happydiwali
Diwali2025
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat

চাৰিদুৱাৰ: জীয়াগাভৰু নিবাসী তথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বন্তি দাসৰ সহুৰ দেউতাৰ মৃত্যুৰ থবৰ পাই তেখেতৰ ঘৰত উপস্থিত হল বিধায়ক

Chariduar, Sonitpur | Sep 15, 2025
শোণিতপুৰ জিলাৰ জীয়াগাভৰু নিবাসী তথা ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্বশীল কাৰ্যকৰ্তা বন্তি দাসৰ সহুৰ দেউতাৰ মৃত্যুৰ থবৰ পাই সোমবাৰে সন্ধিয়া ৬ বজাত তেখেতৰ বাসগৃহত উপস্থিত হয় বিধায়ক গনেশ কুমাৰ লিম্বু ৷ বিধায়ক গনেশ কুমাৰ লিম্বু আজি মৃতকৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালবৰ্গৰ খবৰ লোৱাৰ লগতে শোকাহত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ আজি বিধায়ক গনেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো উপস্থিত হয় বন্তি দাসৰ বাসগৃহত ৷

MORE NEWS