কদম: কদম কছাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰ বেগী অচিনাকি বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় এজন পথাচাৰি
লখিমপুৰ জিলাৰ কদম কছাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰ দুৰ্ঘটনা সংঘটিত হয় শুক্ৰবাৰে নিশা । এখন অচিনাকী তীব্ৰ বেগী বাহনে এজন পথাচাৰিক খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় পথাচাৰি জন । দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ।