বোকাখাত: নুমলীগড়ত প্ৰচণ্ড ধুমুহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চলন্ত চৈধ্য চকিয়া ট্ৰাকৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ,কথমপি ৰক্ষা তিনি জন
Bokakhat, Golaghat | Sep 4, 2025
বৃহস্পতি বাৰে পুৱতী নিশা প্ৰায় ৩ বজাত বোকাখাতৰ নুমলীগড় ধাবাৰ সন্মুখত অঘটন । প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ বাগৰিল চৌধ্য...