গুৱাহাটী: মহানগৰীৰ ৰাজগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা
,ভূল দিশত আহি ডিভাইডাৰত খুণ্ডা হোণ্ডা Venue বাহনৰ
মহানগৰীৰ ৰাজগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা ,ভূল দিশত আহি ডিভাইডাৰত খুণ্ডা হোণ্ডা Venue বাহনৰ।নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বাহনখন ।বাহনখনৰ নম্বৰ AS 01 EQ 4557 ।দুৰ্ঘটনাৰ ফলত কোনো লোক গুৰুতৰ ভাৱে আহত হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।