Public App Logo
Jansamasya
National
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Fisheries
Pmmsy
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard

বালিজানা: চহৰৰ টিলাপাৰা দুৰ্গাপূজা সমিতিয়ে ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Balijana, Goalpara | Oct 1, 2025
চহৰৰ টিলাপাৰা দুৰ্গাপূজা সমিতিয়ে ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন।অইন অইন বছৰৰ দৰে এইবেলিও গোৱালপাৰা চহৰৰ টিলাপাৰা দুৰ্গাপূজা সমিতিয়ে দুৰ্গাপূজাৰ আয়োজন কৰিছে। আজি মহা নৱমী উপলক্ষে ভক্ত প্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।প্ৰাণৰ শিল্পী তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত পূজাৰ উচাহ বহু পৰিমাণে ম্লান পৰিছে। প্ৰতিটো দুৰ্গা পূজা মণ্ডপত প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।

MORE NEWS