শদিয়া: অৰুণাচলৰ দিবাং ভেলীত অবাধ গুণ্ডা টেক্সত অতিষ্ঠ হৈ অসম অৰুণাচল সীমান্ত শদিয়া ত নৈ শ বাছ চালকৰ প্ৰতিবাদ
শনিবাৰে দুপৰীয়া প্ৰায় ১ বজাত অসম অৰুণাচলৰ সীমান্তত শদিয়াত নৈশ বাছ চালকে প্ৰতিবাদ সাব্যস্ত কৰে ,অৰুণাচলৰ দিবাং ভেলীত অবাধ গুণ্ডা টেক্সত অতিষ্ঠ হৈ কৰিছে এই প্ৰতিবাদ ।চালকসকলৰ অভিযোগ অৰুণাচলত প্ৰবেশ কৰাৰ পিছতেই চেক গেটৰ পৰাই নানান ধৰণে অবৈধ ভাবে ভৰিব লগা হয় গুণ্ডা টেক্স । অভিযোগ অনুসৰি চেক গেটত বৰ্তমান সময়ত যাত্ৰী সকলে গাইপতি ত্ৰিশ টকাৰ সলনি অতিৰিক্ত পঞ্চাছ টকাকৈ ভৰিব লগা হয় প্ৰবেশ মাছুল ।