হোজাই: ৰামপুৰবস্তিত স্থানীয় ৰাইজে দুই ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে
Hojai, Hojai | Sep 23, 2025 হোজাই ৰামপুৰবস্তিত মঙ্গলবাৰে দিনৰ প্ৰায় ২বাজি ৩০মিনিটত স্থানীয় ৰাইজে কৰায়ত্ত কৰে দুই ড্ৰাগছ আসক্ত যুৱকক।যুৱকদ্বয়ক ড্ৰাগছ সেৱন কৰাত বাধা দিয়াত আন এজনক লোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।যুৱকদ্বয়ে ড্ৰাগছ সেৱন কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিভিন্ন সময়ত।উল্লেখ্য আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে ইমানেই একাংশ ড্ৰাগছ আসক্ত তথা ড্ৰাগছ ব্যৱসায়ী সকলে নতুন নতুন পন্থালৈ ড্ৰাগছ সেৱন কৰা তথা ড্ৰাগছ বিক্ৰী কৰাৰ বহু ঘটনা পোহৰলৈ আহিছে।আজি ৰামপুৰ বস্তিত স্থানীয় ৰাইজে দুই