মাটিয়া: নৱ গঠিত নৱাগত শিমলিতোলা বজাৰ পৰিচালনা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়
Matia, Goalpara | Sep 25, 2025 নৱ গঠিত নৱাগত শিমলিতোলা বজাৰ পৰিচালনা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক একে ৰছিদ আলমে। সভাত গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলমে শপত বাক্য পাঠ কৰায়। শপত বাক্য পাঠ কৰি বজাৰ পৰিচালনা কমিটিৰ বিষয়ববীয়া সকলে আগন্তুক সময়ত নিষ্ঠাৰে কাম কৰি যাব বুলি উল্লেখ কৰে। ইপিনে শপত বাক্য পাঠ কৰাই বিধায়ক একে ৰছিদ আলমে কয় যে নতুনকৈ গঠন হোৱা বজাৰ পৰিচালনা কমিটিয়ে আগন্তুক সময়ত বজাৰ খনৰ যথেষ্ট উন্নতি কৰিব বুলি আশা কৰে।