তামুলপুৰ: শশীপুৰত অনুষ্ঠিত নির্বাচনী প্ৰচাৰ সভাত ভাগ লৈ স্থানীয় ৰাইজক সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
Tamulpur, Baksa | Sep 16, 2025 সমাগত বিটিচি নির্বাচনৰ বাবে ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্রার্থী বিজিত গৌৰা নাৰ্জাৰীৰ হৈ মঙলবাৰে চাৰি বাজি ৫০ মিনিটত নির্বাচনী প্ৰচাৰ বাবে শশীপুৰত অনুষ্ঠিত নির্বাচনী প্ৰচাৰ সভাত ভাগ লৈ স্থানীয় ৰাইজক সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।সভাত প্রতিকূল বতৰকো নেওচি ৰাইজে হিলদল ভাঙি ওলাই অহাটো বিজেপিৰ বাবে অতি শুভ লক্ষণ বুলি কয় মন্ত্ৰী গৰাকীয়ে ।অনুষ্ঠিত সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস তথা অন্যান্য দলীয় বিষয়ববীয়া আৰু ক