মঙলদৈ ভাগ: মঙলদৈ জিলা পুথিভঁৰালত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ এক সজাগতা সভাত অংশগ্ৰহন
Mangaldoi Part, Darrang | Aug 22, 2025
দৰং জিলাৰ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিসমূহৰ সৈতে বিভাগৰ অভিলাসী আঁচনি বিষয়ত এক সজাগতামূলক সন্মিলন শুকুৰবাৰে...