নগাঁও সদৰ আৰক্ষীয়ে বাইপাছৰ "বিন্দাচ ধাবা" পৰা আটক কৰে তিনি গৰাকী যুৱতী সহ চাৰি যুৱকক।বিন্দাচ ধাবাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰা বটলৰ লগতে বহু আপত্তিজনক সামগ্ৰী। নগাঁও জিলাৰ বাইপাছত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ধাবাত এতিয়া চলিছে নাৰী দেহ ব্যৱসায়। শণিবাৰে বিয়লি প্ৰায় পাচ মান বজাত বাইপাছৰ বিন্দাচ ধাবাৰ পৰা নগাঁও সদৰ আৰক্ষীয়ে অসংযত অৱস্থাত আটক কৰে তিনি গৰাকী যুৱতী সহ চাৰি যুৱকক।কেৱল সেয়াই নহয় ধাবা খনৰ পৰা আৰক্ষী সুৰা বটল সহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আপত্তিজনক সামগ