পশ্চিম যোৰহাট: আৰক্ষী চাউনীত কেন্সাৰৰ সজাগতা , প্ৰতিজন আৰক্ষীৰ কৰা হয় স্বাস্থ্য পৰীক্ষা
আৰক্ষী চাউনীত কেন্সাৰৰ সজাগতা । প্ৰতিজন আৰক্ষীৰ কৰা হয় স্বাস্থ্য পৰীক্ষা। আজি যোৰহাটৰ বৰভেটা স্থিত আৰক্ষী চাউনীত আৰক্ষীৰ লোক সকলক স্বাস্থ্য পৰীক্ষা কৰা হয় । যোৰহাট কেন্সাৰ চেন্টাৰৰ বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত প্ৰতিজন আৰক্ষী বিষয়া আৰু জোৱানৰ কৰা হয় স্বাস্থ্য পৰীক্ষা ।