নগাঁও: কলিয়াবৰৰ ভকুৱামাৰিত বিধ্বংসী অগ্নিকাণ্ড,তিনিখনকৈ দোকানৰ সামগ্ৰী জুইত ভস্মীভূত হয়,উপস্থিত অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী
Nagaon, Nagaon | Sep 4, 2025
কলিয়াবৰৰ ভকুৱামাৰিত বিধ্বংসী অগ্নিকাণ্ড - বিস্তৰ ক্ষয়ক্ষতি ,বৃহস্পতিবাৰে মাজনিশা কলিয়াবৰৰ ভকুৱামাৰীৰ ব্যৱসায়িক...