গুৱাহাটীৰ বঙৰাত থকা ভাৰতৰ প্ৰথমটো 5G লেবত উদ্ভাৱনীমূলক বৈঠক অনুস্থিত । ভাৰতৰ প্ৰথমটো প্ৰযুক্তিবিদ্যাৰে ভৰপূৰ 5G লেবত বিভিন্ন ধৰণৰ 5G সেৱাৰ জৰিয়তে কৰিব পৰা প্ৰযুক্তিৰ কাম কাজ সন্দৰ্ভত অনুষ্ঠিত হয় প্ৰশিক্ষণমূলক বৈঠক । 5G network জৰিয়তে কেনেদৰে বিভিন্ন সমস্যা সমাধান কৰিব পাৰি সেই সন্দৰ্ভত অনুষ্ঠিত হয় বৈঠক ।