মাটিয়া: গাৰোমাৰী কঠালবাৰী সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলঙে জলা কলা খুৱাইছে সহস্ৰাধিক ৰাইজক
#jansamasya
Matia, Goalpara | Sep 5, 2025
গাৰোমাৰী কঠালবাৰী সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলঙে জলা কলা খুৱাইছে সহস্ৰাধিক ৰাইজক।গোৱালপাৰা জিলাৰ গাৰোমাৰীত এখন জৰাজীৰ্ণ...