গুৱাহাটী: চন্দ্ৰপুৰত গৰু চুৰিক কেন্দ্র কৰি উত্তেজনা,পানীখাইতি আৰক্ষীৰ সাফল্য, বিলাসী বাহনত গৰু চুৰি কৰি পলায়ন চোৰ
চন্দ্ৰপুৰত গৰু চুৰিক কেন্দ্র কৰি উত্তেজনা,পানীখাইতি আৰক্ষীৰ সাফল্য, বিলাসী বাহনত গৰু চুৰি কৰি পলায়ন কৰা বাহন সহ গৰু উদ্ধাৰ পানীখাইতীত ।জানিব পৰা মতে চন্দ্ৰপুৰৰ তাঁতীমাৰা গাৱঁৰ বাসিন্দা দীনেশ কলিতাৰ গোঁহালিৰ পৰা আজি ৰাতিপুৱা AS01EZ 3834 নম্বৰৰ বিলাসী বাহনখনত এটা গাই গৰু চুৰি কৰি পলায়ন কৰে ।ইপিনে বাহন খনত গৰু উঠোৱা প্ৰত্যক্ষ কৰে গৃহস্থই আৰু চোৰ চোৰ বুলি চিঞৰ বাখৰ কৰে যদিও চোৰৰ দলটোৱে গৰু লৈ উধাও হয় ।