গুৱাহাটী: জুবিন গাৰ্গ সমাধি নিৰ্মাণ সমিটিৰ প্ৰথমখন বৈঠক
কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত ,পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত
জুবিন গাৰ্গ সমাধি নিৰ্মাণ সমিটিৰ প্ৰথমখন বৈঠক কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত হৈছে এই বিশেষ বৈঠকখন উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পাল্মী বৰঠাকুৰ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া,শ্যামন্তক গৌতম,সুদৰ্শন ঠাকুৰৰ লগতে আটাইকেইজন বিষয়ববীয়া।