গুৱাহাটী: মহানগৰীৰ সাতগাওঁ পুৱেৰুণ নগৰত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড, এটা পথক কেন্দ্ৰ কৰি দলবদ্ধ আক্ৰমণ
সাতগাওঁ পুৱেৰুণ নগৰত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড, এটা পথক কেন্দ্ৰ কৰি দলবদ্ধ আক্ৰমণত হত্যাকাণ্ড সংঘটিত হয়।মহানগৰীৰ সাতগাওঁ পুৱেৰুণ নগৰৰ বাসিন্দা সুৰেজ ৰায়ে নাৰেংগীৰ সেনা শিবিৰত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি পুৱেৰুণ নগৰত স্থায়ী ভাবে পৰিয়ালৰ সৈতে বস বাস কৰি আছিল।একেটা চৌহদত বাস কৰা কুনতা ৰায়ে নাৰেংগীৰ সেনা শিবিৰত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি পুৱেৰুণ নগৰত স্থায়ী ভাবে পৰিয়ালৰ সৈতে বস বাস কৰি আছিল।