তিনিচুকীয়া: বৰগুৰিত বিজেপি জিলাৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ নৱগঠিত সমিতিৰ প্ৰথমখন বিষয় ববীয়া সভা অনুষ্ঠিত
বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজালৈকে ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ নৱগঠিত সমিতিৰ প্ৰথমখন বিষয় ববীয়া সভা, বৰগুৰিস্থিত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি অনান্য পিছপৰা শ্ৰেণী মৰ্চা, তিনিচুকীয়া জিলাৰ সভাপতি বলীন হাতীবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষান উপস্থিত থাকে ।