বৰপেটা: বৰপেটাৰোড পৌৰসভাই মুকলি কৰিলে Road sweeper Meching
বৰপেটাৰোড পৌৰসভাই মুকলি কৰিলে Road sweeper Meching । আজি বৰপেটাৰোডৰ আমতলত বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ সৰকাৰে মুকলি কৰিলে Road sweeper Meching । আজিৰে পৰা বৰপেটাৰোডৰ পথবোৰ আৰু লেতেৰা হৈ নেথাকে। আজি বৰপেটাৰোড পৌৰসভাই মুকলি কৰিলে Road sweeper Meching উদ্বোধনিত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বৰপেটাৰোড পৌৰসভাৰ সদ্স্যা সকলে ।