দাংতল ৰাজহ চক্ৰ: আমতলাত ইউপিপিএল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত বিটিআৰৰ চিফ প্ৰমোদ বড়ো
আজি চিৰাং জিলাৰ আমতলাত ১৩ নং চিৰাং সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ছাইখং বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিআৰৰ চিফ প্ৰমোদ বড়োয়ে,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ সৈতে প্ৰাৰ্থী ছাইখং বসুমতাৰী সহ ইউপিপিএল দলৰ বিভিন্ন নেতা কৰ্মীৰ লগতে কেইবা শহশ্ৰাধিক ভোটাৰ ৰাইজ উপস্থিত থাকে।