চাবুৱা: খাজিখোৱাত ভয়ংকৰ দুৰ্ঘটনা, বিদ্যালয়লৈ যোৱাৰ পথত এখন বাহনে মহটিয়াই গুৰুতৰভাৱে আহত কৰে এগৰাকী ছাত্ৰীক, এএমচিএইচলৈ প্ৰেৰণ
Chabua, Dibrugarh | Sep 5, 2025
আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে চাবুৱাৰ খাজিখোৱাত ভয়ংকৰ দুৰ্ঘটনা। আজি শুক্ৰবাৰে পুৱা ১০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত...