ওদালগুৰি: কলাইগাঁৱত ড্ৰাম্পাৰ আৰু স্কুটিৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা, দুজন লোক গুৰুতৰ ভাবে আহত
Udalguri, Udalguri | Sep 6, 2025
কলাইগাঁও থানাৰ অন্তৰ্গত চহৰৰ দলঙৰ ওপৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। ঘটনা অনুসৰি মঙলদৈৰ পৰা কলাইগাঁও হৈ টংলা অভিমুখে গৈ থকা...