অসম সন্তান প্ৰথমজন ইণ্ডিগোৰ ক্ৰেডেত পাইলট মিৰজানুৰ হুচেইন আজি মাতৃভূমিত পদাৰ্পণ কৰে ।আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হোৱা অসম সন্তান মঃ মিৰজানুৰ হুচেইনে মাতৃভূমি অসমত পদাৰ্পণ কৰাৰ পাছতে শুভাকাংক্ষীয়ে বিমানবন্দৰৰ পৰা উলিয়াই আজাৰাস্থিত বাসগৃহলৈ আদৰি আনে ।