আজাৰা: বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাকে ধৰি বিভিন্ন ঠাইত ধুমুহা বৰষুণ তাণ্ডৱ
বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বিভিন্ন ঠাইত ধুমুহা বৰষুণৰ তাণ্ডৱ । সোমবাৰে বিয়লি প্ৰায় ৪বাজি ১০ মিনিটত বঙৰা,ৰাণীকে ধৰি আদি কৰি বিভিন্ন ঠাইত ধুমুহা বতাহে চলাই তাণ্ডৱলীলা । ঘন্টাত প্ৰায় ৬০কিমি বেগত অহা ধুমুহাই তচ নচ কৰিলে বহুতো প্ৰায় বহুতো সামগ্ৰী । পেণ্ডেল পৰ্যন্ত ধুমুহাই উৰুৱাই ধুমুহাই ।